• বৰদৈচিলা

    - হেমচন্দ্ৰ গোস্বামী (১৮৭২-১৯২৮) চ’তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায় গছ-গছনি ঘৰ-দুৱাৰ নিয়ে উৰুৱাই। হিল-দোল ভাঙি-ছিঙি মেলিছা ঢাপলি লগত নিছা লগৰীয়া যত বা মাৰলি। আউল বাউল চুলি মেলি মাৰিছা কিয় লৰ? লাহে ধীৰে গ’লেও দেখোন পাবা মাৰাৰ ঘৰ। চোতালত দিছোঁ বৰপীৰা কাকৈ ফণী তাতে মূৰৰ চুলী মেলাই যোৱা ৰজাৰ ৰাজবাটে। মাৰাই দিব মাধৈ ফুল বাপেৰাই দিব খাৰু, ককায়েৰাই দিব কাপোৰ […]

    বৰদৈচিলা
  • An Interview with Manju Borah

    Manju Baruah is one of the eminent filmmakers of Assam. Her films on different social and historical aspects of Assam have won awards in different national and international festivals, along with critical appreciation. This interview was first published in the 5th issue (2011-2012) of ‘Srijan’, the annual magazine of Tezpur University. She spoke to Bhaskarjyoti Bhattacharjya and Kuldeep Sarma. It […]

    An Interview with Manju Borah
  • অসম আই

    - নবীনচন্দ্ৰ বৰদলৈ (১৮৭৫-১৯৩৬) শ্যাম বৰণীয়া অসম আই ধুনীয়া               ভাৰতৰ নুমলি জী বীৰ সন্তানকে কোলাত লৈ তুলিলে               আজি তোৰ বিলাই কি? গছৰে ডালতে কুলি কেতেকীয়ে               আজিও আৰতি গায়; তোৰে পো-জীয়াৰী কানীয়া-ভঙুৱা               তোকে যে নোবোলে আই। সোণালী পথাৰত ধানে যে হাঁহিছে               ভৰিৰ পৰৰে ঘৰ; তোৰে যে সন্তান নিছলা হজুৱা               হাড়ে […]

  • আমাৰ গাওঁ

    - আনন্দ চন্দ্ৰ আগৰৱালা (১৮৭৪-১৯৩৯) শুৱনি আমাৰ গাওঁখন অতি,          শুৱনি গছেৰে ভৰা; ডাল ভৰি ভৰি ফল ফুল লাগে,          কত পাওঁ তল সৰা।   শুৱনি আমাৰ ধাননি পথাৰ          ধানেৰে উপচি পৰে; শুৱনি নদীৰ পানী ভৰা ঘাট,          মুদৈয়ে বেপাৰ কৰে।   চালত কোমোৰা, লাও, জিকা, ভোল,          ভঁৰালত জহা ধান; গোহালিত গৰু পুখুৰীত মাছ,          বাৰীত তামোল পাণ। […]

  • ড° লক্ষ্মীনন্দন বৰা - কথোপকথন

    [তেজপুৰ বিশ্ববিদ্যালয়ৰ বছৰেকীয়া আলোচনী ‘সৃজন’ৰ পঞ্চম সংখ্যাত (২০১১-১২ বৰ্ষ) এই সাক্ষাৎকাৰটি প্ৰকাশ হৈছিল। সাক্ষাৎ গ্ৰহণ কৰিছিল সেই সংখ্যাৰ ‘সৃজন’ৰ এগৰাকী সম্পাদক ভাস্কৰজ্যোতি ভট্টাচাৰ্য্যই আৰু তেওঁক সহায় কৰিছিল কুলদ্বীপ শৰ্মাই। ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য ‘তীৰভূমি’ৰ কাৰ্যবাহী সদস্য।]   “অসম সাহিত্য সভাৰ সুচিন্তিত কাৰ্যসূচীয়েই কেৱল সাম্প্ৰতিক বিভেদশীল পৰিস্থিতিত ঐক্য স্থাপন কৰিব পাৰে। কাৰণ আজিৰ ৰাজনীতিয়ে মানুহক ভাগ ভাগ কৰে, সাহিত্য-সংস্কৃতিয়েহে একগোট কৰে। মোৰ কাৰ্যকালত […]

    ড° লক্ষ্মীনন্দন বৰা - কথোপকথন
  • ড° ৰীতা চৌধুৰী - কথোপকথন

    [তেজপুৰ বিশ্ববিদ্যালয়ৰ ‘ব্ৰহ্মপুত্ৰ পুৰুষ আবাস’-এ প্ৰকাশ কৰা ‘লুইতপৰীয়া’ নামৰ বছৰেকীয়া আলোচনীখনৰ পঞ্চম সংখ্যাত (২০১১-১২ বৰ্ষ) এই সাক্ষাৎকাৰটি প্ৰকাশ হৈছিল। সাক্ষাৎ গ্ৰহণ কৰিছিল সেই সংখ্যাৰ ‘লুইতপৰীয়া’ৰ সহকাৰী সম্পাদক ভাস্কৰজ্যোতি ভট্টাচাৰ্য্যই আৰু তেওঁক সহায় কৰিছিল কুলদ্বীপ শৰ্মাই। ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য ‘তীৰভূমি’ৰ কাৰ্যবাহী সদস্য।]   ড° ৰীতা চৌধুৰী অসমীয়া সাহিত্যৰ সাহসী লেখিকা। ‘মাকাম’ স্ৰষ্টা চৌধুৰী প্ৰকৃতাৰ্থত বিশ্ব সাহিত্যৰ শ্ৰেষ্ঠ সাহিত্যিকসকলৰ অন্যতম। কবিতা চৰ্চাৰে সাহিত্যিক […]

    ড° ৰীতা চৌধুৰী - কথোপকথন
  • চম্পক শৰ্মা - কথোপকথন

    [তেজপুৰ বিশ্ববিদ্যালয়ৰ বছৰেকীয়া আলোচনী ‘সৃজন’ৰ পঞ্চম সংখ্যাত (২০১১-১২ বৰ্ষ) এই সাক্ষাৎকাৰটি প্ৰকাশ হৈছিল। সাক্ষাৎ গ্ৰহণ কৰিছিল সেই সংখ্যাৰ ‘সৃজন’ৰ এগৰাকী সম্পাদক ভাস্কৰজ্যোতি ভট্টাচাৰ্য্যই আৰু তেওঁক সহায় কৰিছিল কুলদ্বীপ শৰ্মাই। ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য ‘তীৰভূমি’ৰ কাৰ্যবাহী সদস্য।]   বৰ্তমান অসমৰ ভ্ৰাম্যমান নাট্যজগতত অভিনেতা, নাট্যকাৰ, পৰিচালক আৰু প্ৰযোজক চম্পক শৰ্মা নাট্যানুৰাগীসকলৰ বাবে এক চিনাকী নাম। ১৯৯১ চনত মুক্তিপ্ৰাপ্ত যাদৱ চন্দ্ৰ দাসৰ ‘প্ৰেম জনমে জনমে’ […]

    চম্পক শৰ্মা - কথোপকথন
  • অগ্নিগড়ৰ স্থাপত্য

      অগ্নিগড়ৰ স্থাপত্য, কলীয়াভোমোৰাৰ সেঁতু নিৰ্মাণ জ্ঞান জ্যোতিৰ্ময় সেহি স্থানতে বিৰাজিছে তেজপুৰ বিশ্ববিদ্যালয়   ভূ-গৰ্ভৰ পৰা গ্ৰহ নক্ষত্ৰত গণনানে কৰোঁ বিচৰণ বিজ্ঞান জোঁৱাৰৰ অগ্ৰগতিক আহুতিৰে কৰোঁ ৰূপায়ন আয়ত্ব কৰি কলা-কৌশল কৰি যাওঁ দিক্-নিৰ্ণয় মানৱতাবাদৰ ধ্যানৰ প্ৰতীক তেজপুৰ বিশ্ববিদ্যালয়   বৰলুইত বৈ যায় কাষেদি আমাৰ সেই শক্তিৰে উজ্বলাম দুটি পাৰ সোপান বগাম তীব্ৰ গতিৰে প্ৰযুক্তিবিদ্যাৰে হৈ নিৰ্ভয় জীৱন যুঁজত বিজ্ঞান সাৰথি […]

    অগ্নিগড়ৰ স্থাপত্য
  • কৰতল কমল

    কৰতল কমল কমল দল নয়ন | ভব দব দহন গহন-বন শয়ন || নপৰ নপৰ পৰ সতৰত গময় | সভয় মভয় ভয় মমহৰ সততয় || খৰতৰ বৰ শৰ হত দশ বদন | খগচৰ নগধৰ ফনধৰ শয়ন || জগদঘ মপহৰ ভৱ ভয় তৰণ | পৰ পদ লয় কৰ কমলজ নয়ন ||   সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া শ্ৰীমন্ত শঙ্কৰদেৱে (১৪৪৯-১৫৬৮) ১২ বছৰ বয়সতে লিখি […]

    কৰতল কমল
  • ‘পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত’ - মৃণাল কলিতা

    এক দীৰ্ঘ জীৱন লাভ কৰিবলৈ ৰাতিপুৱাৰ বিছনা এৰি প্ৰাতঃভ্ৰমণ কৰিবলৈ বেচ মনোবল লাগে। যিসকলে এলাহ জয় কৰি অবিৰতভাৱে প্ৰাতঃভ্ৰমণ কৰি গৈছে সেইসকলক ধন্যবাদ। এলাহৰ নিহলি এৰি এসময়ত কেইদিনমান ময়ো প্ৰাতঃভ্ৰমণ কৰিছিলোঁ। সংগী কবি সুকান্ত নাছিল; আছিল এক সাধাৰণ কিশোৰ। প্ৰতিবেশী কিশোৰজনে মই কোৱামতেই খুব পুৱাতে মোক জগাই দিয়ে। দুয়োটাই আন্ধাৰ-পোহৰৰ মাজেৰে খোজ কাঢ়িবলৈ ধৰোঁ। চৰাইৰ সমবেত শব্দ আৰু তাৰ ফাঁকে […]

    ‘পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত’ - মৃণাল কলিতা

সক্ষাৎকাৰ »

An Interview with Manju Borah

An Interview with Manju Borah

26, 09, 2012 at 10:05

Manju Baruah is one of the eminent filmmakers of Assam. Her films on different social and historical aspects of Assam have won awards in different national and international...

গীতৰ কথা »

জিলিকাব লুইতৰে পাৰ

জিলিকাব লুইতৰে পাৰ

27, 05, 2011 at 5:09

জিলিকাব লুইতৰে পাৰ এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতী নিজৰাৰে...

কবিতা »

বৰদৈচিলা

বৰদৈচিলা

27, 09, 2012 at 9:15

- হেমচন্দ্ৰ গোস্বামী (১৮৭২-১৯২৮) চ’তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায় গছ-গছনি...

  • অসম আই

    - নবীনচন্দ্ৰ বৰদলৈ (১৮৭৫-১৯৩৬) শ্যাম বৰণীয়া...

    26, 09, 2012 at 9:39
  • আমাৰ গাওঁ

    - আনন্দ চন্দ্ৰ আগৰৱালা (১৮৭৪-১৯৩৯) শুৱনি আমাৰ...

    26, 09, 2012 at 9:22
  • কৰতল কমল
    কৰতল কমল

    কৰতল কমল কমল দল নয়ন | ভব দব দহন গহন-বন শয়ন || নপৰ...

    27, 05, 2011 at 4:09

আলোকচিত্ৰ »

আলোকচিত্ৰৰ সম্ভাৰ - ৪ - পক্ষী - দ্বীজেন মহন্ত

আলোকচিত্ৰৰ সম্ভাৰ - ৪ - পক্ষী - দ্বীজেন মহন্ত

03, 10, 2012 at 1:15

                     আলোকচিত্ৰ শিল্পী - দ্বীজেন মহন্ত। /* PausePlayPlayPrev|Next   ...

শেহতীয়া

আলোকচিত্ৰৰ সম্ভাৰ - ৪ - পক্ষী - দ্বীজেন মহন্ত

আলোকচিত্ৰৰ সম্ভাৰ - ৪ - পক্ষী - দ্বীজেন মহন্ত

                     আলোকচিত্ৰ শিল্পী - দ্বীজেন মহন্ত।  

Read more ›
আলোকচিত্ৰৰ সম্ভাৰ - ৩ - জীঞাঁ - দ্বীজেন মহন্ত

আলোকচিত্ৰৰ সম্ভাৰ - ৩ - জীঞাঁ - দ্বীজেন মহন্ত

          আলোকচিত্ৰ শিল্পী - দ্বীজেন মহন্ত    

Read more ›
আলোকচিত্ৰৰ সম্ভাৰ - ২ - সোণালী শৈশৱ - দ্বীজেন মহন্ত

আলোকচিত্ৰৰ সম্ভাৰ - ২ - সোণালী শৈশৱ - দ্বীজেন মহন্ত

     আলোকচিত্ৰ শিল্পী - দ্বীজেন মহন্ত।

Read more ›
আলোকচিত্ৰৰ সম্ভাৰ - ১ - বিক্ৰমজিৎ কাকতী

আলোকচিত্ৰৰ সম্ভাৰ - ১ - বিক্ৰমজিৎ কাকতী

           আলোকচিত্ৰ শিল্পী :- বিক্ৰমজিৎ কাকতী। (http://www.facebook.com/vikramjitk)  

Read more ›
সাৰথি-সত্যনাথ বৰা

সাৰথি-সত্যনাথ বৰা

* সংসাৰত উদগতি কৰাই মানুহৰ সংকল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদগতিৰ ওৰ, আৰু জ্ঞান-বুদ্ধিৰ শেষ কৰ্ম। সেই দেখি সিহঁতে যেতিয়ালৈকে অভাৱৰ চেঙা পায়, তেতিয়ালৈকে উদগতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলেই চেষ্টা এৰি দিয়ে। অন্ন-জলৰ সংগতি লাগি উঠাৰ পাছত সিহঁতৰ জীৱন পশু-জীৱনৰ নিচিনা কেৱল শয়ন-ভোজনৰ আবৰ্তন মাথোন। এই শ্ৰেণীৰ মানুহৰ পটন্তৰলৈ চাই […]

Read more ›
জিলিকাব লুইতৰে পাৰ

জিলিকাব লুইতৰে পাৰ

জিলিকাব লুইতৰে পাৰ এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতী নিজৰাৰে ধাৰ শত শত বন্তিৰে জ্ঞানৰে দিপালীয়ে জিলিকাব লুইতৰে পাৰ সাঁচিপাতে ভাষা দিব, চিফুঙে আশা দিব, ৰংঘৰে মেলিব দুৱাৰ সমাজে সাৱটিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক কুৰি শতিকাৰ অজ্ঞান চাঁকনৈয়া এফলীয়া কৰি থৈ বাঢ়ি যাওঁ জীৱনৰে ডাঁৰ   কথা, সুৰ- ডঃ ভূপেন হাজৰিকা। ৰচনা […]

Read more ›
চিৰ চেনেহী মোৰ ভাষা জননী

চিৰ চেনেহী মোৰ ভাষা জননী

  চিৰ চেনেহী মোৰ ভাষা জননী ধন্যে পুন্যে হৃত পাৱনী, আই   প্ৰকৃতি পৰশ ৰসে অমল কমল চঞ্চল হৃদি জলে ঢালে পৰিমল কোমল চম্পাৰ কলি ফুৰে ঢৌৱে ঢৌৱে তুলি ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী   সংসাৰ গুৰুভাৰে অৱশ পৰাণ হিয়াত বিলীন হয় হিয়াভৰা গান কাৰ নিচুকনি শুনা শুনি বানী ব্যথা পমা চকুতে চকুৰ নীৰে লয় জিৰণি   জীৱনে মৰণে ৰণে […]

Read more ›